Local, Vocal, Global

Dhemaji News : ধেমাজিত দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ

ধেমাজি,১৯জানুৱাৰী : বৰদলনি বুঢ়াকুৰি গাঁও যুৱ সমাজৰ উদ্যোগত আৰু সমূহ গাঁও বাসীৰ সহযোগত দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ, মাঘী উৎসৱ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা (Dhemaji News)।

এদিনীয়া কায্যসূচীয়ে অনুষ্ঠিত কৰা মাঘী মেলাৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা ।

লগতে বিভিন্ন খেল ধেমালি আযোজন কৰা হয় ।

লগতে পঢ়ক :STF raid in Bilasipara: বিলাসীপাৰাত জেহাদী সন্দেহ আটক এজনক