WATCH | Dhemaji News : ধেমাজিত দিহিঙীয়া সকলৰ বংশাৱলীৰ প্ৰস্তুতি
ধেমাজি,১৯ মাৰ্চ : ধেমাজিত দিহিঙীয়া সকলৰ বংশাৱলীৰ প্ৰস্তুতি ।
দিহিঙীয়াসকল উজনি অসম আৰু উত্তৰ অসমত বসবাস কৰি আহিছে কিছুমান মধ্য অসমত আছে ৷
দিহিঙীয়া বংশধৰ পৰিচয় আৰু আন্তৰিক মিলনৰ হেতু অসমত বসবাস কৰা দিহিঙীয়া সকলৰ বংশাৱলী অহা ২১/ ২২/ ২৩ তাৰিখে ধেমাজী টেলিজানৰ আন্তঃজিলা বাছ আস্থানত অনুস্থিত হব৷
তাৰ বাবে আয়োজক সকলে নানা প্ৰস্তুতি আৰম্ভ কৰিছে৷ আই সকলে পকা মিঠৈ পিঠা আদিৰে বংশধৰ সকলক আদৰিবলৈ প্ৰস্তুত কৰিছে৷ সেই দৰে সভা গৃহ’মাংগলিক অনুষ্ঠান বাবে নানা কাম আগবাঢ়িছে(Dhemaji News) ৷
লগতে পঢ়ক : WATCH | Dhemaji News : মাজৰবাৰী আৰু অনন্দনগৰ আঞ্চলিক সমিতিৰ যৌথ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি