WATCH : Dhemaji News : ধেমাজি জিলা সদৰত আছু ড্ৰাগছ বিৰোধী বিশাল সমদল

ধেমাজি,১৮মাৰ্চ : ধেমাজি জিলা সদৰত আছু ড্ৰাগছ বিৰোধী বিশাল সমদল ।
জিলা সদৰত অৱস্থিত আছুৰ মুখ্য কাৰ্যালয়ৰ পৰা সমগ্ৰ নগৰত এই ড্ৰাগছ বিৰোধী আৰু সজাগতা সমদল বাহিৰ কৰা হয়।
সমদল উলিয়াই ৰাইজক ড্ৰাগছ বিৰুদ্ধে সজাগতা হ’বলৈ ৰাইজক আহ্বান জনাই(Dhemaji News) ৷
ইফালে সমদল কৰি আছুৱে চৰকাৰক ড্ৰাগছ বিৰোধী কঠোৰ আইন আনিবলৈ দাবী জনাই ৷
লগতে পঢ়ক : WATCH | Road Accident : তীব্ৰবেগী FORD বাহনৰ খুন্দা ট্ৰাকত;আহত ৩জন