Local, Vocal, Global

Dhemaji News:ধেমাজিত ২৬ সংখ্যক মাঘী উৎসৱ পালন

ধেমাজি,১৬জানুৱাৰী : ধেমাজি জিলা বৰদলনি চৌখাম গাওঁ যুৱ সংঘৰ উদ্যোগত ২৬ সংখ্যক মাঘী উৎসৱ পালন।

এদিনীয়া কাৰ্য্যসূচীয়ে অনুষ্ঠিত কৰা মাঘী মেলাৰ লগত সংগতি ৰাখি বিভিন্ন খেলা আযোজন কৰা দেখা গৈছে।

অসমীয়া সমাজত সেৰাই যাব ধৰা বিভিন্ন খেল ধেমালি আযোজন কৰাৰ লগতে আই সকলৰ মাজত হাঁহ ধৰা ,যুৱক সকলৰ মাজত কলগছত বগোৱা,জিয়ৰী সকলৰ মাজত চকী খেল ৰচি টনা আই সকলৰ মাজত ভেকচন প্ৰতিযোগীতা অনুষ্ঠিত কৰে(Dhemaji News)।

লগতে পঢ়ক :Jonbeel Mela 2025 :আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ জোনবিল মেলা