Local, Vocal, Global

WATCH | Dhemaji News : হাতে হাতে ৰেচন কাৰ্ড লৈ উত্তৰ ধেমাজি গাঁও পঞ্চায়ত কাৰ্যালয়ত ৰাইজৰ উত্তাৰ প্ৰতিবাদ

ধেমাজি,১০ মাৰ্চ : অৰুণোদয় পৰা বঞ্চিত হোৱা অভিযোগ ৰাইজৰ ।

পূৰ্বে অৰুণোদয় পোৱা পাছতো নাম কাট খোৱা অভিযোগ এই সকল মহিলাৰ ।

হাতে হাতে ৰেচন কাৰ্ড লৈ উত্তৰ ধেমাজি গাঁও পঞ্চায়ত কাৰ্যালয়ত ৰাইজ(Dhemaji News)।

ৰাইজৰ অভিযোগ মৰ্মে গাঁও পঞ্চায়ত কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আৰু বীৰ লাচিত সেনাৰ উপস্থিত হৈ অনিয়মৰ সন্দৰ্ভত তদন্ত দাবী জাতীয় সংগঠনৰ।

লগতে পঢ়ক :WATCH | Assam Gaurav Award : চাহ জনগোষ্ঠীৰ অগ্রণী ৰাম চাচনীলৈ অসম গৌৰৱ