WATCH | Dhemaji News : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন

ধেমাজি,৬মাৰ্চ : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন ৷ ধেমাজিৰ জিলাৰ বিভিন্ন ঠাইত আজিও অব্যাহত আছে NHM ৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ ।
NHM কৰ্মচাৰী সকলে ৰাজ্যৰ জিলাই জিলাই কৰা প্ৰতিবাদ আজি তৃতীয় দিন । ধেমাজি, চিলাপথাৰৰ,গোগামুখ, জোনাই, চিচিবৰগাও আৰু বেঙেনাগঢ়া CHC হস্পিতালত তীব্ৰ প্ৰতিবাদ(Dhemaji News)৷
NHM কৰ্মচাৰী সকলে ২০১৯ ত আৰম্ভ কভিড ৰোগৰ সমযত জীৱন বিপন্ন কৰি কভিডৰ বিৰুদ্ধে যুদ্ধ কৰি ৰাইজক মৃত্যুৰ পৰা ৰক্ষা কৰিছিল ৷
NHM কৰ্মচাৰী দাবী মানি নললে আন্দোলন কৰি যোৱা হুংকাৰ প্ৰদান কৰে চৰকাৰক ৷
লগতে পঢ়ক :WATCH | Sensational incident: ছিপাঝাৰত ট্ৰেক্টৰৰ চেপাত মৃত্যু ছাত্ৰৰ