Local, Vocal, Global

WATCH | Dhemaji News: ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলী অসম ধেমাজি অভিৱৰ্তন লাইখুঁটা স্থাপন

ধেমাজি,২মাৰ্চ : ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলী অসম ধেমাজি অভিৱৰ্তন লাইখুঁটা স্থাপন।

অসমৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ থকা দিহিঙীয়া সকলৰ ঐক্য আৰু বংশৰ পৰিচয়বোৰ চিনাকি হ’বলৈ সদৌ অসম দিহিঙীয়া বংশাৱলী সকলৰ ধেমাজি অভিৱৰ্তন অহা ২১/ ২২/ ২৩ মাৰ্চত ধেমাজী আন্তঃজিলা বাছ আস্থানৰ চাওফা চুহুংমুং ক্ষেত্ৰত অনুস্থিত হব(Dhemaji New) ৷

আজি উক্ত অনুষ্ঠানৰ আৰম্ভনী হিচাপে আহোম নীতিৰে লাইখুঁটা স্থাপন কৰা হয় ৷

লগতে পঢ়ক:WATCH | Viral Video :‘নলবাৰীৰ মানুহ মিঞাৰ তলত থাকে’