Local, Vocal, Global

WATCH | Dhemaji News: চিলাপথাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ

ধেমাজি,২৩ফেব্ৰুৱাৰী : চিলাপথাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ এজাহাৰ।

টাইপাৰ ধেমাজি জিলা সমিতিয়ে চিলাপথাৰ থানাত দাখিল কৰিলে গোচৰ(Dhemaji News)।

শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা আহোম জনগোষ্ঠীক শংকৰদেৱ সংঘ ত্যাগ কৰি ওলাই আহিবলৈ আহ্বান টাইপাৰ।

লগতে পঢ়ক:WATCH | Mangaldoi News: মঙলদৈত বহিঃৰাজ্যৰ মহিলা পকেট মাৰৰ ৰূপত