Local, Vocal, Global

Dhemaji News :ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙত হাজাৰ হাজাৰ ৰাইজৰ ভিৰ

ধেমাজী,১জানুৱাৰী : আজি পহিলা জানুৱাৰী।বছৰৰ প্ৰথমটো দিনত মন্দিৰ,নামঘৰৰ লগতে বনভোজস্থলীসমূহত বনভোজকাৰী দলৰ ভিৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত সমান্তৰালকৈ দেখা গৈছে লানি নিচিগা ভক্তৰ ভিৰ।ধেমাজি জিলাৰ ঐতিহাসিক হাবুঙত ইংৰাজী নৱবৰ্ষ প্ৰথম দিনা হাজাৰ হাজাৰ ৰাইজৰ ভিৰ(Dhemaji News)।

লগতে পঢ়ক :Sivasagar News :পুৱাৰে পৰা ঐতিহাসিক শিৱদলত ভক্তৰ ভিৰ