Local, Vocal, Global

WATCH | Dergaon Tiranga yatra : ভাৰতৰ বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দেৰগাঁৱত ত্ৰিৰংগা যাত্ৰা

দেৰগাঁও,১৮মে’ : ভাৰতৰ বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দেৰগাঁৱত ত্ৰিৰংগা যাত্ৰা।

দেশৰ সুৰক্ষাত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দেশৰ সুৰক্ষাত নিয়োজিত হৈ থকা সেনাবাহিনীৰ জোৱান সকলৰ মনোৱল বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ দেৰগাঁও সমষ্টি ভিত্তিত দেওবাৰে দেৰগাঁৱৰ নৰেণ শৰ্মা স্মৃতি পথাৰত এক শ্ৰদ্ধাঞ্জলি জনোৱা হয়(Dergaon Tiranga yatra)।

ইয়াৰ পাছতে প্ৰায় পাঁচ শতাধিক জনতাই দেৰগাঁও নগৰৰ মাজৰে এক ত্ৰিৰংগা যাত্ৰা কৰে।

লগতে পঢ়ক : WATCH | Dergaon News : জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী হষিতা ৰাজপুত