Local, Vocal, Global

WATCH | Dergaon News :দেৰগাঁৱত শোকাৱহ ঘটনা

দেৰগাঁও,১৪জুন : দেৰগাঁৱত শোকাৱহ ঘটনা।

ব্ৰহ্মপুত্ৰৰ বাঘেধৰা বজাইঘাতত পৰি সলিল সমাধি এজন যুৱকৰ( Dergaon News)।

যুৱকজনৰ নাম সুজল ঠাকুৰ। ঘৰ দেৰগাঁৱৰ চাহুপট্টি। পিতৃৰ নাম বিনাশল ঠাকুৰ।

নিহত ছাত্ৰজন ডিকেডি কলেজৰ ছাত্ৰ আছিল।

ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা সমগ্ৰ অঞ্চলত।

লগতে পঢ়ক : WATCH | Nalbari News : মাখিবাহাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন