Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁৱৰ আশাকৰ্মীৰ নূন্যতম মাননী বৃদ্ধিক লৈ ক্ষোভ

দেৰগাঁও,১১জুন : দেৰগাঁৱৰ আশাকৰ্মীৰ নূন্যতম মাননী বৃদ্ধিক লৈ ক্ষোভ ৷

আজি দেৰগাঁৱৰ আশা কৰ্মী সকলে অসম কেবিনেটত পূৰ্বৰ ৩০০০ হাজাৰ টকাৰ পৰা মাত্ৰ এহেজাৰ টকা বৃদ্ধি কৰি চাৰি হাজাৰ টকালৈ নূন্যতম মাননী বৃদ্ধিক লৈ ক্ষোভ প্ৰকাশ কৰে ৷ পূৰ্বতে মুখ্যমন্ত্ৰীয়ে ১২ হাজাৰ টকালৈ মাননী বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পৰিৱৰ্তে চাৰি হাজাৰ টকালৈ বৃদ্ধি কৰিলে মঙলবাৰৰ কেবিনেটত ৷ পূৰ্বৰ তুলনাত আশাকৰ্মীয়ে মাননী বৃদ্ধি পাব মাত্ৰ এক হাজাৰ টকা(Dergaon News)৷

লগতে পঢ়ক : WATCH | PMAY scheme : বাঙালীপাৰাত PMAY(G)ৰ গৃহৰ হিতাধিকাৰী বাচনিত দুৰ্নীতিৰ অভিযোগ