WATCH | Dergaon News : দেৰগাঁৱত দেৰগাঁও যান বাহন আৰক্ষীৰ অভিযান
দেৰগাঁও,২৪মে’ : দেৰগাঁৱত দেৰগাঁও যান বাহন আৰক্ষীৰ অভিযান।
হেলমেট পৰিধান নকৰি বাইক চলোৱাক লৈ অভিযান(Dergaon News)।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক মৰ্মে সমগ্ৰহ অসমকে ধৰি দেৰগাঁৱতো যান বাহন আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হয়।
দেৰগাঁও নাৰিকলগুৰিত হেলমেট পৰিধান নকৰি বাহন চলোৱা সকলক জৰিমনা বিহীত কৰা দেখা যায়। কঠোৰ দেৰগাঁও যানবাহন আৰক্ষী।
লগতে পঢ়ক : WATCH | Dalgaon News : দলগাঁৱৰ পদপথত একাংশ অবৈধ দোকান