Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দেৰগাঁও,২০মে’ : দেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দেৰগাঁৱৰ বৰুৱাবামুণ গাঁৱৰ পৰিত্যক্ত চেনীকল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।

পৰিত্যক্ত ভূমিৰ চাৰিওকাষে পকীবেৰ নিৰ্মাণ কৰিব । পকীবেৰ নিৰ্মাণৰ পাছতে উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে(Dergaon News)।

চেমিকলৰ কোৱাৰ্টাৰত বৰ্তমানেও বসবাস কৰি আছে ২০টাকৈ পৰিয়ালে। পৰিয়ালকেইটাক পুনৰ সংস্থাপনৰো আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। এডভাণ্টেজ আছাম 2.0ৰ পাছত বহু কোম্পানীয়ে ভূমি বিচাৰি আবেদন জনাইছে।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াত প্ৰয়াত মুক্তি যোদ্ধা সিদ্ধিনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা