Local, Vocal, Global

WATCH | Dergaon News : ২০২৪-২৫ বৰ্ষৰ অসম দৰ্শন আঁচনিৰ অধীনত দেৰগাঁও সাহিত্য সভা ভৱনত ধনাদেশৰ বিতৰণ কাৰ্যসূচী

দেৰগাঁও,২৯মাৰ্চ : ২০২৪-২৫ বৰ্ষৰ অসম দৰ্শন আঁচনিৰ অধীনত দেৰগাঁও সাহিত্য সভা ভৱনত ধনাদেশৰ বিতৰণ কাৰ্যসূচী।

আজি শনিবাৰে দেৰগাঁও সাহিত্য সভা ভৱনত ১০নং কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু ১০৪ নং দেৰগাঁও বিধান সভা সমষ্টিৰ ভবেন্দ্ৰ নাথ ভঁৰালীৰ উপস্থিতিত অসম চৰকাৰৰ দৰ্শন আঁচনিৰ অধীনত দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত উপাসনাস্থলীলৈ বা বিভিন্ন ধৰ্মীয় অনুষ্ঠান সমূহলৈ ধনাদেশৰ প্ৰথম কৃষ্টি বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়(Dergaon News)।

এই বিতৰণ কাৰ্যসূচী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন