Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ২২৯০ গৰাকী হিতাধিকাৰীক আৱন্টন পত্ৰ প্ৰদান

দেৰগাঁও,১৯মাৰ্চ : দেৰগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ২২৯০ গৰাকী হিতাধিকাৰীক আৱন্টন পত্ৰ প্ৰদান ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ( PMAY-G) ৰ অধীনত আজি দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে আৱণ্টন পত্ৰ প্ৰদান কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালী আৰু ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ ,দেৰগাঁও সমজিলাৰ আয়ুক্ত ডামোদৰ বৰ্মন লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ দলীয় কাৰ্য্যকৰ্তা সকল। এই অনুষ্ঠানত প্ৰায় ৪ হাজাৰ লোকৰ সমাগত হয়(Dergaon News)।

লগতে পঢ়ক : WATCH | Bilasipara News : অৱশেষত অসমবাসীৰ আগত ক্ষমা খুজিলে বিধায়ক ছামছুল হুদাই