WATCH | Dergaon News : দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দেৰগাঁও,১৫মাৰ্চ : দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
পুলিচ একাডেমীৰ নৱনিৰ্মিত প্ৰশাসনিক ভৱন উদ্বোধন অমিত শ্বাহৰ আৰু মুখ্যমন্ত্ৰী(Dergaon News)।