Local, Vocal, Global

WATCH | Delhi News : পবিত্ৰ ৰমজান মাহত খালী পেটেৰে মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ

নিউজ ডেস্ক,১৭মাৰ্চ : দিল্লীত উত্তপ্ত পৰিস্থিতি ।

পবিত্ৰ ৰমজান মাহত খালী পেটেৰে মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ।

মুছলমানৰ প্ৰতিবাদত উত্তাল দিল্লীৰ যন্তৰ-মন্তৰ(Delhi News)।

চৰকাৰ গঠন কৰিয়েই দিল্লীত বিপদৰ সন্মুখীন বিজেপি ।

কোনোপধ্যেই ৱাকফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ ।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নলিনী শৰ্মা দেৱৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান