Delhi news: দিল্লীৰ AAP বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : দিল্লীৰ AAP বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু ৷
বিধায়ক অমানতুল্লাহ খানৰ বিৰুদ্ধে গোচৰ ৰুজু ৷
জামিয়া নগৰ থানাত ৰুজু হৈছে গোচৰ(Delhi news)৷
গোচৰৰ ভিত্তিত আৰক্ষীয়ে বিধায়কজনৰ ঘৰত অভিযান চলাইছিল যদিও অভিযানৰ সময়ত বাসগৃহত উপস্থিত নাছিল বিধায়কজন ৷
বিধায়ক অমানতুল্লাহ খানক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান৷
লগতে পঢ়ক :Road accident: বাছ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ