Defense Minister Rajnath Singh will visit Arunachal Pradesh today : আজি অৰুণাচল প্ৰদেশলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্ক,৯ এপ্ৰিল : আজি অৰুণাচল প্ৰদেশলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷
পূব অৰুণাচল প্ৰদেশ সমষ্টিৰ ৰাজহুৱা সভাত অংশ ল’ব ৰাজনাথ সিঙে৷ সমষ্টিটোৰ অন্তৰ্গত নামছাইত আয়োজন কৰা হৈছে বৃহৎ ৰাজহুৱা সভাৰ(Defense Minister Rajnath Singh will visit Arunachal Pradesh today)৷