Local, Vocal, Global

WATCH | Debabrata Saikia : কংগ্ৰেছে বিৰোধিতা কৰি আছে, ৱাকফ বিলৰ জৰিয়তে ধৰ্ম নিৰপেক্ষতা খৰ্ব কৰা হৈছে

নিউজ ডেস্ক,৩এপ্ৰিল : কংগ্ৰেছে বিৰোধিতা কৰি আছে, ৱাকফ বিলৰ জৰিয়তে ধৰ্ম নিৰপেক্ষতা খৰ্ব কৰা হৈছে

ৱাকফ বিধেয়কক অসাংবিধানিক আখ্যা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Debabrata Saikia)

লগতে পঢ়ক : WATCH | Asaduddin Owaisi : ৱাকফ বিলে মুছলমানৰ পৰা পৰা সকলো কাঢ়ি ল’ব বিচাৰিছে ?