WATCH | Debabrata Saikia: কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,১৫মাৰ্চ : কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
‘ৰিতম সিঙে চৰকাৰৰ ভুল তথ্যবোৰ উদঙাই দিয়া বাবে চৰকাৰৰ নাক কোচ খাইছে’ বুলি মন্তব্য দেৱব্ৰত শইকীয়া(Debabrata Saikia)
লগতে পঢ়ক : WATCH | Rangia News : মৃত্যু দূতত পৰিণত ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ