Local, Vocal, Global

WATCH | Debabrata Saikia: ‘অপৰাধ মুক্ত কৰিবলৈ চিচিটিভ সংস্থাপনৰ পাছতো কেনেকৈ অসমত ৰাইডাৰ যুৱতীৰ বাইক চুৰি হ’ল ?’

নিউজ ডেস্ক,৬মাৰ্চ : ‘অসমৰ বাবে লাজৰ কথা ‘

‘অপৰাধ মুক্ত কৰিবলৈ চিচিটিভ সংস্থাপনৰ পাছতো কেনেকৈ অসমত ৰাইডাৰ যুৱতীৰ বাইক চুৰি হ’ল ?’

‘গুৱাহাটীৰ চুকে-কোণে চি চি টিভি লগাইছো বুলি কৈছিল চৰকাৰে’

‘তাৰ পিছতো উত্তৰাখণ্ডৰ পৰা অহা ৰাইডাৰ যুৱতীৰ বাইক চুৰি হ’ল’

বাইক ৰাইডাৰ ননীৰ বাইক চুৰি ঘটনাক লৈ প্ৰতিক্ৰিয়া দেবব্ৰত শইকীয়াৰ(Debabrata Saikia)

লগতে পঢ়ক : WATCH | Ashok Singhal: মন্ত্ৰী অশোক সিংহলে ভাওনাক লৈ কৰা টুলুঙা মন্তব্যক লৈ অসন্তুষ্ট ভাওৰীয়া