WATCH | Debabrata Saikia : ‘বিষয়টো ভালদৰে নজনাকৈ মুখ্যমন্ত্ৰীয়ে বক্তব্য কৰা অনুচিত’
নিউজ ডেস্ক,৪ মাৰ্চ : “গৌৰৱ গগৈয়ে কি কামত গৈছে সেইখিনি নজনাকৈ মুখ্যমন্ত্ৰীয়ে এনেকুৱা মন্তব্য কৰাটো অনুচিত। এনেকুৱা চুপতি মৰা কথা কৈ মুখ্যমন্ত্ৰীয়ে নিজৰ পদ মৰ্যাদা লাঘৱ কৰি আছে”
সাংসদ গৌৰৱ গগৈৰ ৱাঘা সীমান্তয়েদি পাকিস্তানলৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ,বক্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Debabrata Saikia)।
লগতে পঢ়ক :WATCH | Teok News: পূব যোৰহাটৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰচেষ্টা