Local, Vocal, Global

WATCH | Debabrata Saikia : “আমাৰ ল’ৰা-ছোৱালীক লাগে সংস্থাপন, মাৰণাস্ত্ৰ নহয়”

নিউজ ডেস্ক,৩১মে’ : “চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী”।

“এই সিদ্ধান্তৰ পৰিণতি হ’ব ভয়াৱহ”।

“আমাক লাগে বিকাশ, বন্দুক নহয়”।

“আমাৰ ল’ৰা-ছোৱালীক লাগে সংস্থাপন, মাৰণাস্ত্ৰ নহয়”।

“বন্দুকৰ গুলীয়ে কাৰ কি ধৰ্ম নোসোধে।”-দেবব্ৰত শইকিয়া(Debabrata Saikia)

লগতে পঢ়ক : WATCH | Sonari News : চৰাইদেউত মূগা সঁচ উৎপাদন গৃহ শুভাৰম্ভ