WATCH | Death Of Wild Elephants : কামপুৰৰ কচুৱা ধনচিলা পাহাৰতলীত বন্যহস্তীৰ মৃত্যু
কামপুৰ,১৭এপ্ৰিল : কামপুৰৰ কচুৱা ধনচিলা পাহাৰতলীত বন্যহস্তীৰ মৃত্যু ৷
পাহৰৰ নামনিত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত হাতীটোক।
কি কাৰণে হাতীটোৰ মৃত্যু হ’ল এই পৰ্যন্ত জানিব পৰা নাই(Death Of Wild Elephants) ৷
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : WATCH | Cattle thieves: দেৰগাঁৱত গৰু চোৰৰ সন্ত্ৰাস