Local, Vocal, Global

তুৰ্কীত ভয়ংকৰ ভুমিকম্প ,১৫ জন লোকৰৰ মৃত্যু…

ডিজিটেল ডেস্কঃ-:-তুৰস্কত ভয়ংকৰ ভুমিকম্প ।সোমবাৰে তুৰ্কীৰ দক্ষিন-পূব অংশত অনুভূত হয় ভূমিকম্পৰ জোকাৰণিৰ। স্থানীয় সময় অনুসৰি পুৱা ৪.১৭ বজাত অনুভূত হয় ভুঁইকঁপৰ জোকাৰণি।চৰকাৰৰ দুৰ্যোগ প্ৰশমন সংস্থা এএফএডিৰ মতে ,ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.৪।সংবাদ মাধ্যত প্ৰকাশিত তথ্য অনুসৰি,ভুমিকম্পৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়।স্থানীয় সূত্ৰ অনুসৰি, ওছমানিয়া প্ৰান্তত পাঁচজন লোকৰ মৃত্যু হয় আৰু ছিৰিয়াৰ সৈতে তুৰ্কীৰ সীমাৰ সমীপৰ ছানলিউৰফাৰত ১০জন লোকৰ মৃত্যু হয় এই ভূমিকম্পৰ ফলত।