Dead Body Recovered from Kopili River in Raha :অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন লোকৰ মৃতদেহ

নিউজ ডেস্ক,২৩মে’ : অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন লোকৰ মৃতদেহ । ৰহাৰ শিলভেটাত কপিলী নদীত উদ্ধাৰ মৃতদেহ ।
উল্লেখ্য যে, বুধবাৰে বিয়লি কপিলী নদী সাতুৰি পাৰ হ’বলৈ যাওঁতেই নদীত ডুবি সন্ধানহীন হৈছিল ব্যক্তিজন।ইয়াৰ পিছতে আৰক্ষী আৰু SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰৰ অভিযান আৰম্ভ কৰে যদিও সফল হোৱা নাছিল(Dead Body Recovered from Kopili River in Raha) ।
অৱশেষত বৃহস্পতিবাৰে SDRF এ পুনৰ অভিযান চলাই অৱশেষত ঘটনাস্থলীৰ পৰা কিছু নিলগত উদ্ধাৰ কৰে ছফিকুলৰ মৃতদেহ।
লগতে পঢ়ক : Dead body recovered in Golaghat : গোলাঘাটৰ শাক-পাচলি বজাৰত উদ্ধাৰ ৰংমিস্ত্ৰী মৃতদেহ