Local, Vocal, Global

Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল গদাধৰ নৈত নিৰুদ্দিষ্ট লোকৰ মৃতদেহ

নিউজ ডেস্ক,২৯জুলাই : অৱশেষত উদ্ধাৰ হ’ল গদাধৰ নৈত নাও ডুবি নিৰুদ্দিষ্ট লোকৰ মৃতদেহ। উল্লাহ বস্ক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিলে SDRFৰ বাহিনীয়ে(Dead body recovered) ।

দেওবাৰে নিশা গদাধৰ নৈ পাৰ হওঁতেই নাও ডুবি নিৰুদ্দেশ হৈছিল লোকজন। মাঝিপাৰা পাৰঘাটৰ পৰা সাজোৱাৰকুটিলৈ গৈ থকা সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো।

লগতে পঢ়ক : Road Accident in Sarthebari : বল বমলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত