Local, Vocal, Global

Dead body recovered : চিকিৎসালয়ৰ কোৱাৰ্টাৰৰ কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ MPW কৰ্মচাৰীৰ মৃতদেহ

নিউজ ডেস্ক,১৪অক্টোবৰ : চিকিৎসালয়ৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ । MPW কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ।

বঙাইগাঁৱৰ বইটামাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা(Dead body recovered)।

বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ কোৱাৰ্টাৰত উদ্ধাৰ কৰ্মচাৰীৰ মৃতদেহ ।উদ্ধাৰ হোৱা মৃতদেহটো হেমচন্দ্ৰ সৰকাৰৰ বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগৰ MPW হিচাপে কৰ্মৰত আছিল হেমচন্দ্ৰ সৰকাৰ।

ৰক্তাক্ত অৱস্থাত কোৱাৰ্টাৰৰ এটা কোঠাত উদ্ধাৰ মৃতদেহটো।

বৰ্তমানলৈকে পোহৰলৈ অহা নাই লোকজনৰ মৃত্যুৰ ৰহস্য। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :160th Birth anniversary of Laxminath Bezbarua observed : আজি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬০ সংখ্যক জয়ন্তী