Local, Vocal, Global

Dead Body found in Guwahati: বস্তাৰ ভিতৰত উদ্ধাৰ পুৰুষৰ মৃতদেহ;দুই অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : মালিগাঁৱৰ আদিংগিৰি পাহাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২ মূল অভিয়ুক্তক

সুনীল মাৰাক আৰু বিকাশ মাৰাৰক গ্ৰেপ্তাৰ(Dead Body found in Guwahati)

মৃত ইন্দ্ৰজিত চাংমাৰ সৈতে সুৰাপান কৰিছিল ২ অভিযুক্তই

সুৰাপানৰ পাছতে তিনিওৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল

ইয়াৰ পাছতে সুনীল মাৰাকে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ইন্দ্ৰজিত চাংমাক

সুনীলৰ প্ৰহাৰত থিতাতে মৃত্যু হয় ইন্দ্ৰজিতৰ

ইয়াৰ পাছতে বিকাশ মাৰাকৰ টেম্প’ত উঠাই পাহাৰৰ ওপৰলৈ লৈ যায় মৃতদেহ

পাহাৰৰ ওপৰৰ পৰা সুনীল আৰু বিকাশৰ মাৰাকে তললৈ দলিয়াই দিয়ে মৃতদেহটো

লগতে পঢ়ক :Silchar News: কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰে’লত অগ্নিকাণ্ড