Local, Vocal, Global

Dead Body Found in Guwahati:বিৰুবাৰীৰ টি বি চিকিৎসালয়ৰ সন্মুখত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,১১ডিচেম্বৰ :মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।

বিৰুবাৰীৰ টি বি চিকিৎসালয়ৰ সন্মুখত উদ্ধাৰ মৃতদেহ(Dead Body Found in Guwahati)।

উদ্ধাৰ হোৱা মৃতদেহৰ ভিন্ন অংশত স্পষ্ট আঘাতৰ চিন।

মৃত যুৱকজনৰ নাম পলাশ চেতিয়া

মৃত পলাশ চেতিয়া পেছাত ৰং মিস্ত্রী।

লগতে পঢ়ক :Gaurisagar Rehab Center :পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু