Local, Vocal, Global

WATCH | Dead body found : বঙাইগাঁৱত আই নদীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ

বঙাইগাঁও,২৭মাৰ্চ : বঙাইগাঁৱত আই নদীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটোক লৈ চাঞ্চল্য৷

কলা পোছাক পৰিহিত মৃত যুৱকজন(Dead body found)।

ৰাখালডুবি সংযোগী আই নৈৰ দলঙৰ তলত উদ্ধাৰ মৃতদেহটো।

বৰ্তমানলৈ চিনাক্ত হোৱা উদ্ধাৰ হোৱা মৃতদেহটো ।

কোনো লোকে হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন