Local, Vocal, Global

WATCH | Dead body found : সোণাপুৰৰ ডিগাৰু নদীৰ পাৰত উদ্ধাৰ মৃতদেহ

সোণাপুৰ,২৭ফেব্ৰুৱাৰী : সোণাপুৰৰ ডিগাৰু নদীৰ পাৰত উদ্ধাৰ মৃতদেহ।

আজি পুৱাৰ ভাগত সোণাপুৰ বাৰঘৰীয়াৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো সোণাপুৰ কচুতলিৰ জাকিৰ হুছেইন(৫০) বুলি জানিব পৰা গৈছে(Dead body found)।

ঘটনাস্থলীত উপস্থিত সোণাপুৰ আৰক্ষী।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক: WATCH | Jamugurihat News: জীয়া ভৰলীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা