Local, Vocal, Global

WATCH | Dead body found : কপিলী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

জাগীৰোড,২৮জুন : জাগীৰোডৰ জাগীভকতগাঁৱত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।

কপিলী নৈত উপঙি আহিছিল মৃতদেহটো(Dead body found)।

উদ্ধাৰ হোৱা মৃতদেহটো যমুনামুখৰ জোন্টি শৰ্মা বুলি চিনাক্ত।

হোজাই জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আছিল জোন্টি শৰ্মা।

মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে মৰিগাঁৱলৈ।

গা ধুবলৈ গৈ কপিলী নৈত সন্ধানহীন হৈছিল ৩৪ বছৰীয়া যুৱকজন।

বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা।

লগতে পঢ়ক :WATCH | Himanta Biswa Sarma : ‘জয়ন্ত মল্ল বৰুৱাৰ হয় মইয়ে ক্ষমা খুজিছোঁ ‘