WATCH | Dead body found : লামডিঙত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ
লামডিং,২২জুন : লামডিঙত অৰ্ধগলিত অৱস্থাত এটি মৃতদেহ উদ্ধাৰ ৷
লামডিঙৰ হাফলং ৰ’ডত এটি কাৰ্লভাটৰ তলত উদ্ধাৰ মৃতদেহটো ৷
মৃতদেহ উদ্ধৈৰকলৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
মৃতদেহটো লামডিং শান্তিপাৰৰ নিৱাসী অৰুণ চৌধুৰীৰ বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷
বিগত ১৭ জুনৰ পৰা নিখোজ হৈ আছিল অৰুণ চৌধুৰী(Dead body found)৷
ঘটনা সন্দৰ্ভত লামডিং থানৈত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে ৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ ব্যৱস্থা কৰাৰ লগতে তদন্তও আৰম্ভ কৰে ।