Local, Vocal, Global

WATCH | Dead body found : চাপৰৰ ছুৱাপাতাত ব্ৰহ্মপুত্ৰ নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

চাপৰ,১৫জুন : চাপৰৰ ছুৱাপাতাত ব্ৰহ্মপুত্ৰ নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

ছুৱাপাতা ১ম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নদীত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁতত ভাঁহি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ(Dead body found)।

ইতিমধ্যে ঘটনাস্থলীত শালকোচা আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

বৰ্তমাললৈকে মৃতদেহটো চিনাক্ত হোৱা নাই।

লগতে পঢ়ক :WATCH | Goalpara News : ধুবুৰীৰ পিছত এইবাৰ গোৱালপাৰাৰ লক্ষীপুৰত উত্তেজনা