WATCH | Dead body found : অৱশেষত উদ্ধাৰ হ’ল সোণাৰী গাঁৱৰ দেৱজিৎ বৰাৰ মৃতদেহ
কলিয়াবৰ,১১জুন : অৱশেষত উদ্ধাৰ হ’ল সোণাৰী গাঁৱৰ দেৱজিৎ বৰাৰ মৃতদেহ।
সোণাৰী গাঁৱৰ পথাৰত পানীৰে পৰিপূৰ্ণ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ দেৱজিতৰ মৃতদেহ।
মঙলবাৰে সন্ধিয়াই উৎকট গৰমত অকণমান ওলাই যাওঁ বুলি ঘৰত কৈ আহিছিল দেৱজিৎ।
কিন্তু ঘৰলৈ ঘুৰি নাহিল দেৱজিৎ(Dead body found)।
নিশা দেৱজিতৰ দুটা মোবাইল, আৰু চেন্দেল উদ্ধাৰ হৈছিল।
আৰক্ষী SDRF বাহিনীৰ দিলেও বহু বিচাৰ খোচাৰ কৰিছিল লাভ কৰা নাছিল দেৱজিতৰ সন্ধান।
আজি পুৱা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে দেৱজিতৰ মৃতদেহ।
কি কাৰণত পুখুৰীত পৰি মৃত্যু হ’ল আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
লগতে পঢ়ক :WATCH | Mushalpur News : বাক্সাত সহকাৰ ভাৰতীৰ সভা অনুষ্ঠিত