WATCH | Dead body found : ডিব্ৰুগড়ৰ মোহনাঘাটৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহ
ডিব্ৰুগড়,২৯মে’ : ডিব্ৰুগড়ৰ মোহনাঘাটৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহ ৷ পানীত উপঙি আাহি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে মৃতদেহটো ৷
মৃত লোকজন ডিব্ৰুগড়ৰে পল্টনবজাৰ অঞ্চলৰ ডিব্ৰুজানৰ প্ৰসেনজিৎ চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে(Dead body found)।
ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনৰ তত্ত্বাৱধানৰ (কাৰ্যালয় সম্পাদক) দায়িত্বত আছিল লোকজন ৷
লোকজনে আত্মহত্যা কৰা বুলি সন্দেহ ৷
লোকজনৰ পকেটৰ পৰা উদ্ধাৰ চুইচাইড নোট ৷
লগতে পঢ়ক : WATCH | Gaurav Gogoi : বিয়াৰ পাছতেই পত্নীক লগত লৈ পাকিস্তান গৈছিল গৌৰৱ গগৈ