Wildlife Photography of the Year : লণ্ডনত উজ্বলিল অসম সন্তান

নিউজ ডেস্ক, ১৬অক্টোবৰ : লণ্ডনত উজ্বলিল অসমৰ ফটোগ্ৰাফাৰ নেজিৰ আহমেদ(wildlife photographer of the year) ।
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসমৰ সন্তান । লণ্ডনত অসমৰ নাম উজলালে নেজিব আহমেদে । ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰ ৫৯ সংখ্যক অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰে নেজিবে ।এই অনুষ্ঠানলৈ আমন্ত্ৰিত নেজিব আহমেদ হৈছে প্ৰথম অসমীয়া ।
প্ৰকৃতিপ্ৰেমী ফটোগ্ৰাফাৰ নেজিব আহমেদলৈ আগবঢ়াব বিশেষ বঁটা । নেজিব আহমেদে তোলা এখন ফটো সমাদৃত হ’ল লণ্ডনত । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকিয়াপতিয়া বাঘৰ বিশেষ ফটো লৈছিল নেজিবে । এই ফটোখনৰ বাবেই সন্মান লাভ কৰিলে নেজিব আহমেদে(Darrang’s Nejib gets coveted invitation at London’s Natural) ।
লগতে পঢ়ক :Biden considering trip to Israel : ইজৰাইল ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে !