Watch | Dalgaon tragic road accident: দৰং দলগাঁৱত অন্তৰ্গত চিকাৰআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

দৰং: দৰং দলগাঁৱত অন্তৰ্গত চিকাৰআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো। এজন নিহত আন এজন আহত। তীব্ৰবেগী বাইক আৰু ট্ৰাকৰ মাজত পচন্দ খুণ্ডা ফলত এজন বাইক আৰোহী থিতাতে নিহত হয় আৰু আন এজন আহত হয়। বাইক আৰোহী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। দলগাঁও যান-বাহন আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: Watch | Jorhat news: কৈৱৰ্ত্ত সমাজক কোনো তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা নাছিল টেকেলাগাঁও বাসী ৰাইজে