WATCH | Dalgaon News : দলগাঁৱৰ এই দৃশ্যটোৱে আপোনাকো আৱেগিক কৰি তুলিব
দলগাঁও,২জুন : দলগাঁৱৰ এই দৃশ্যটোৱে আপোনাকো আৱেগিক কৰি তুলিব। জয়ন্ত কুমাৰ ভাগৱতীয়ে ৩৩ বছৰ ৫ মাহ কাম কৰি আজি বিদায় বেলা।
এয়া বিদায় বেলা। ১৯৯২ চনতে ভৰ্তি হৈছিলে মুখ্য সহায়ক ৰূপে। আজি সকলোৰে সেমেকি উঠিছে চকু। বেদনা সিক্ত নয়নেৰে বিদাই জনাইছে নিজৰ মুখ্য সহায়কক। এই দৃশ্য জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েটৰ। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট মুখ্য সহায়ক কৰ্ম জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰাৰ সময়ত এনে পৰিৱেশৰ সৃষ্টি হ’ল( Dalgaon News)।
ছাত্ৰ-ছাত্ৰী তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱাৰ লগতে ১৯৯২ চনতে মুখ্য সহায়ক হিচাপে কাম জয়ন্ত কুমাৰ ভাগৱতীক আনুষ্ঠানিকভাৱে বিদায় জনায়।
লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰত ১২০ গৰাকী চ’লাৰ প্ৰশিক্ষাৰ্থীক দক্ষতাৰ প্ৰমান পত্ৰ প্ৰদান