WATCH | Dalgaon News : দলগাঁৱত উচ্ছেদ চলালে প্ৰশাসনে
দলগাঁও,২৯মে’ : সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱ। বাতৰি পিছত গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ। দলগাঁৱত উচ্ছেদ কৰিলে প্ৰশাসনে।
দলগাঁও পদপথত থকা অবৈধ দোকান বোৰ বিৰুদ্ধে উচ্ছেদ চলালে প্ৰশাসনে। পদপথত অবৈধ দোকান দিছিলে একাংশ দোকানীয়ে। যাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰী লগতে পথচাৰী সকলে খোজ কাঢ়িব নোৱাৰিছিল পদপথৰে(Dalgaon News)। যাৰ ফলত দলগাঁৱত পথ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছিলে লগতে যান-বাহন ভিৰৰ যথেষ্ট হৈছিলে।
আজি দুটাকৈ পদপথ অবৈধ দোকান সমূহ উচ্ছেদ কৰি মুকলি কৰি দিয়ে প্ৰশাসনে ৰাইজৰ বাবে।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত আজাদ চৌধুৰী নামৰ ব্যক্তিজনৰ জন্ম প্ৰমাণ পত্ৰ সচাকৈ ভুৱা নেকি?