Local, Vocal, Global

WATCH | Dalgaon News : অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৰ তীব্ৰ প্ৰতিবাদ

দলগাঁও,২৬মে’ : দলগাঁৱত তীব্ৰ প্ৰতিবাদ। দলগাঁও সম জিলাৰ সন্মুখত দুটাকৈ মুছলমান সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে(Dalgaon News)।

‘আমাক গুলিই মাৰক, অসম চৰকাৰৰ হাই হাই, বিজেপি চৰকাৰ মুৰ্দাবাদ, ভাৰতীয় মুছলমানসকল বাংলাদেশী অত্যাচাৰ বন্ধ কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বিদেশী নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত অত্যাচাৰ বন্ধ কৰক যদি অসম চৰকাৰে অত্যাচাৰ বন্ধ নকৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমান সকলে। উপস্থিত থাকে নেমছু’ৰ কেন্দ্রীয় সভাপতি বদৰুল ইছলাম আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ খলিফা লগতে সংগঠনটো সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : WATCH | Shrinkhal Chaliha : আমি আশা ৰাখিছো তনু শ্বাহীক অসম আৰক্ষীয়ে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবঃ শৃংখল চলিহা