WATCH | Dalgaon News : হিন্দু আৰাধ্য দেৱতা মহাদেৱক লৈ বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক

দলগাঁও,২৪মে’ : দলগাঁৱত হিন্দু আৰাধ্য দেৱতা মহাদেৱক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক৷
দলগাঁও থানাৰ অন্তৰ্গত বৰকূৰ গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে আছিদুল ইছলাম নামৰ যুৱক জনক(Dalgaon News)৷
সামাজিক মাধ্যম ইন্ষ্ট্ৰাগ্ৰামত মহাদেৱক লৈ কৰিছিল অশালীন মন্তব্য৷
লগতে পঢ়ক : WATCH | Hatsingimari News : হাটশিঙিমাৰীৰ কুকুৰমাৰাত পদযাত্ৰা কাৰ্যসূচী