Local, Vocal, Global

WATCH | Dalgaon News : দলগাঁৱৰ পদপথত একাংশ অবৈধ দোকান

দলগাঁও,২৩মে’ : দলগাঁৱৰ পদপথত একাংশ অবৈধ দোকান। অবৈধ দোকানৰ বাবে ছাত্ৰ ছাত্ৰী আৰু পথাচাৰীয়ে খোজ কাঢ়িব নোৱাৰে পদপথেৰে। যাৰ ফলত দলগাঁৱত পথ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ অহাৰ অভিযোগ(Dalgaon News)।

জিলাৰ প্ৰশাসনে অবৈধ ফুতপাতত দোকান দিয়া সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। যাৰ ফলত দলগাঁৱৰ মাজমজিয়াত পথ দুৰ্ঘটনা সংঘটিত হ’ব ধৰিছে। স্থানীয় ৰাইজৰ দাবী অবৈধ ফুতপাত দোকান সমূহ উচ্ছেদ কৰি ফুতপাত মুকলি কৰি দিব লাগে যাতে ছাত্ৰ ছাত্ৰী আৰু পথচাৰী সকলে খোজ কাঢ়ি পাৰে পদপথত।

লগতে পঢ়ক : WATCH | Women missing in Hajo: হাজোৰ একাদিত নিৰুদ্দেশ বোৱাৰী