Local, Vocal, Global

WATCH | Dalgaon News : খাৰুপেটীয়াত নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে খাৰুপেটিয়াৰ আৰক্ষীৰ অভিযান

দলগাঁও,১জুলাই : খাৰুপেটীয়াত নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে খাৰুপেটিয়াৰ আৰক্ষীৰ অভিযান।

ভাতৰ হোটেলত জব্দ নিষিদ্ধ গো মাংস(Dalgaon News)।

খাৰুপেটীয়াৰ বালুগাঁও বজাৰৰ বিভিন্ন হোটেলত অভিযান চলাই কেইবাখনো হোটেলৰ পৰা জব্দ কৰে নিষিদ্ধ গো মাংস।

দীর্ঘদিনৰ পৰাই হোটেলসমূহত চলি আছিল নিষিদ্ধ গো মাংস।

আৰক্ষীয়ে নিষিদ্ধ গো মাংস উদ্ধাৰ কৰা লগতে হোটেলসমূহ পৰা চাৰি জনকৈ লোকক আটক কৰে।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰত অবৈধ গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান