Local, Vocal, Global

WATCH | Dalgaon News : দলগাঁৱত জটিল বেমাৰৰ নামত দালালি কৰা এজন যুৱকক আটক

দলগাঁও,১২জুন : দলগাঁৱত জটিল বেমাৰৰ নামত দালালি কৰা এজন যুৱকক আটক কৰে দলগাঁও আৰক্ষীয়ে । বিভিন্ন সময়ত প্ৰলোভন দি কৰ্কট ৰোগী আৰু মানৱ অংগৰ চিকিৎসা নামত মুখ্যমন্ত্ৰী আঁচনিৰ পৰা পইচা উঠাই দিম বুলি ৰাইজৰ পৰা লুটিছে লাখ লাখ টকা(Dalgaon News)।

দলগাঁও আৰক্ষীয়ে ৰঙিয়া পৰা আটক কৰে মইনুল আলিক। মইনুল আলি গুৱাহাটীত কৰ্কট ৰোগী আৰু মানৱ অংগৰ চিকিৎসা কৰিবলৈ যোৱা মানুহক মুখ্যমন্ত্ৰী আঁচনি পৰা পইচা উঠাই দিয়াৰ নামত ৰাইজৰ লাখ লাখ টকা লুটিছে। দলগাঁও আৰক্ষীয়ে আটক কৰি জে’ললৈ প্ৰেৰণ কৰে মইনুল আলিক।

লগতে পঢ়ক : WATCH | Jagiroad Eviction : জাগীৰোডত চলিল উচ্ছেদ অভিযান