Local, Vocal, Global

Daily Horoscope for 9th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ : আজিৰ দিনটো আপোনাৰ বাবে শুভ। স্বাস্থ্য ভালে থাকিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব।প্ৰেমত শুভ ।

বৃষ : বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আজি আপোনাৰ ভালে যাব স্বাস্থ্য। ভ্ৰমণত যাব পাৰে।খৰচ বৃদ্ধি।

মিথুন : আজিৰ দিনটো আপোনাৰ বাবে সুখজনক নহ’ব পাৰে। পিতৃ বা মাতৃয়ে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। ভাল খবৰ লাভ কৰিব পাৰে।

কৰ্কট : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে।

সিংহ : মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীসকলৰ বাবে ভাল দিন ।

কন্যা : আজি আপোনাৰ বাবে ভাল খবৰ আহিব পাৰে। বিদ্যাত শুভ।

তুলা : সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব।ধন লাভ হোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক : বিদ্যাৰ্থীৰ সকলৰ বাবে দিনটো ভাল। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। আপোনাৰ বাবে ভাল খবৰ আহিব।

ধনু : প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে।

মকৰ :আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক।

কুম্ভ : আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।

মীন : আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক।স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক।