Local, Vocal, Global

Daily Horoscope for 5th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে কিছু কঠিন হ’ব ৷ অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ স্বাস্থ্যৰ অৱনতি ৷

বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷

মিথুন ৰাশি : দিনটোত শুভ ৷ দিনটো আনন্দদায়ক হ’ব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ অৱশ্যে পেটৰ অসুখ হ’ব পাৰে ৷ বাহিৰত খাদ্য পৰিহাৰ কৰক ৷

সিংহ ৰাশি : দিনটো শুভ ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ বিনিয়োগত লোকচান হ’ব পাৰে ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু পৰ আলোচনাৰ পৰা আঁতৰত থাকক ৷

কন্যা ৰাশি : দিনটোৰ প্ৰথম ভাগত গ্ৰহসমূহ পক্ষত দেখা যাব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত ৷ কাৰণ শাৰীৰিক আৰু মানসিক অস্থিৰতাই দেখা দিব ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে আপোনালোকৰ সম্পৰ্কত আঘাত সানিব পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷

তুলা ৰাশি : দিনটোৰ আৰম্ভণি ভাল ধৰণেৰে নহ’বও পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ যোগাসন আৰু ধ্যান কৰক ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো কিছু খেলিমেলিৰ সৃষ্টি হʼব পাৰে ৷ কর্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷

ধনু ৰাশি : দিনটো সমস্যা জৰ্জৰিত হ’ব ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য উন্নত ৷

মকৰ ৰাশি : পেচাদাৰী আৰু ব্যৱসায়ীৰ বাবে দিনটো ফলপ্ৰসূ হ’ব ৷ ঘৰৰ পৰিৱেশ দুপৰীয়ালৈকে আনন্দদায়ক আৰু আৰামদায়ক হৈ থাকিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷

কুম্ভ ৰাশি : সকলো দিশতেই ফলদায়ক পৰিণাম লাভ কৰিব ৷ পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসা লাভৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য উন্নত ৷

মীন ৰাশি : লিখা-মেলা বা বৌদ্ধিক আলোচনা আৰু কামত লিপ্ত হৈ সৃষ্টিশীল আৰু বিশেষণাত্মক কাৰ্য কৰাৰ বাবে এটা উত্তম দিন ৷ আপুনি অধিগ্ৰহণ কৰা যিকোনো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷